अर्थ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
उदाहरणे :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
समानार्थी : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া
अर्थ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
उदाहरणे :
এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
समानार्थी : টুকুৰা কৰা
अर्थ : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা
उदाहरणे :
কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল
समानार्थी : ভাঙি যোৱা
अर्थ : সম্বন্ধ আদি ভাঙি যোৱা
उदाहरणे :
চালমাৰ বিয়াখন ভাঙি গʼল