पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বৰফ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বৰফ   বিশেষ্য

अर्थ : প্রাকৃতিকভাৱে বা কৃত্রিমভাৱে পানীৰ গোট মৰা ৰূপ

उदाहरणे : তেওঁ ্ পানীখিনি ঠাণ্ডা কৰিবলৈ বৰফ মিহলাইছে

समानार्थी : আইচ

अर्थ : পানীৰ একপ্রকাৰ গোটা ৰূপ

उदाहरणे : শূন্য ডিগ্রী ছেলছিয়াছত পানী বৰফ হʼল

अर्थ : জলবায়ুৰ শীতলতাৰ কাৰণে ভাপৰ অনুবোৰৰ যি তৰপ ওপৰৰ পৰা মাটিত পৰে

उदाहरणे : আজি পাহাৰীয়া অঞ্চলত বৰফ পৰাৰ সম্ভাৱনা আছে

समानार्थी : হিম

चौपाल