पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ব্যৱস্থা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ব্যৱস্থা   বিশেষ্য

अर्थ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

उदाहरणे : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

समानार्थी : আয়োজন

अर्थ : কোনো কাম ভালদৰে সম্পূর্ণ ্কৰা ব্যৱস্থা

उदाहरणे : ধর্মানুষ্ঠানৰ সকলো বন্দোবস্ত শ্যামে কৰিলে

समानार्थी : প্রবন্ধ, বন্দোবস্ত

अर्थ : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি

उदाहरणे : এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়

समानार्थी : ব্যৱস্থাপনা

अर्थ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

उदाहरणे :

समानार्थी : আয়োজন, বন্দৱস্ত, ব্যৱস্থাপনা

अर्थ : শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান

उदाहरणे : কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা

अर्थ : এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক

उदाहरणे : সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়

चौपाल