पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ব্যভিচাৰিণী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ব্যভিচাৰিণী   বিশেষ্য

अर्थ : ধন লৈ সম্ভোগ কৰোৱা নাৰী

उदाहरणे : কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়

समानार्थी : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাগৰী, নাটেশৰী, পতিতা, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰক্ষিতা, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী

ব্যভিচাৰিণী   বিশেষণ

अर्थ : যি ব্যভিচাৰ কৰে বা অনেক পুৰুষৰ লগত অনুচিত ্সম্পর্ক ্ ৰাখে

उदाहरणे : ব্যভিচাৰিণী নাৰীয়ে সমাজত সন্মান নাপায়

समानार्थी : চৰিত্রহীনা, নষ্টা, পতিতা, বনৰী, ভ্রষ্টা, স্বৈৰিণী, ৰাজহী

चौपाल