पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ব্যথা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ব্যথা   বিশেষ্য

अर्थ : বিশেষকৈ হৃদয়জনিত উগ্র বা বহুত কষ্টদায়ক পীড়া

उदाहरणे : মোৰ হৃদয়ৰ বেদনা কোনেও নুবুজে

समानार्थी : ক্লেশ, দর্দ, দৰদ, বিৰহ, বেদনা

अर्थ : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

उदाहरणे : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

समानार्थी : কষ্ট, কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, পীড়া, বেদনা, যন্ত্রণা, যাতনা

अर्थ : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

उदाहरणे : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

समानार्थी : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, দুখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ

चौपाल