अर्थ : পানীৰ ধাৰাত এৰি দিয়া
उदाहरणे :
হিন্দুসকলে মৃতকৰ অস্থি নদীত বোৱাই দিয়ে
समानार्थी : প্রৱাহিত কৰা
अर्थ : দ্রৱ পদার্থক তলৰপিনে বৈ যোৱাত প্রবৃত্ত কৰা
उदाहरणे :
লʼৰাটোৱে টেংকীত গোটখাই থকা পানীখিনি বোৱাই দিলে
समानार्थी : প্রৱাহিত কৰা