सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দ্রৱ পদার্থৰ গতিশীল হৈ থকা কার্য
उदाहरणे : নদী পাহাৰৰ পৰা ওলাই সাগৰৰফালে বৈ আহে
समानार्थी : প্রৱাহিত হোৱা, বৈ অহা
अर्थ : হাত অথবা যন্ত্রৰে কিছুমান সুতা ওপৰলৈ আৰু কিছুমান সুতা তললৈ নি কোনো বস্তু তৈয়াৰ কৰা কার্য
उदाहरणे : সীতাই নিজৰ ্ কেঁচুৱাটোৰ কাৰণে এটা চুৱেটাৰ গুঠি আছে
समानार्थी : গাঁথা, গুঠা
स्थापित करा