सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
उदाहरणे : তেওঁৰ ্ মাতটো বৰ মিঠা
समानार्थी : কণ্ঠ, গলা, মাত, স্বৰ
अर्थ : গালত লগোৱা এক প্রকাৰৰ ৰঙা বা গুলপীয়া প্রসাধন সামগ্রী
उदाहरणे : ছালৰ ৰং অনুসৰি ৰহণ ব্যৱহাৰ কৰা উচিত
समानार्थी : ৰহণ
अर्थ : গোৱা কার্য ্বা ভাব
उदाहरणे : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
समानार्थी : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, সংগীত, সঙ্গীত
स्थापित करा