सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
उदाहरणे : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
समानार्थी : জ্ঞান, বোধ, সংজ্ঞা, সজ্ঞান
अर्थ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
उदाहरणे : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
समानार्थी : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
स्थापित करा