सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বোকা যুক্ত বা যʼত বোকা থাকে
उदाहरणे : ইয়াৰ মাটি বোকাময়
अर्थ : বোকাৰে ভৰি থকা
उदाहरणे : বাৰিষাকালত বোকাময় ৰাস্তাৰে যোৱাটো জটিল হৈ পৰে
समानार्थी : পংকময়, পংকাকুল, পংকিল, পঙ্কময়, পঙ্কাকুল, পঙ্কিল
अर्थ : যʼত বোকা আছে
उदाहरणे : তেওঁ ্আন্ধাৰত এটা বোকাময় খালত সৰি পৰিল
समानार्थी : পংকিল, পঙ্কিল
अर्थ : পুখুৰীৰ পানী বা বোকাৰ সৈতে সম্বন্ধিত
उदाहरणे : কুমাৰে বোকাময় মাটিৰে বাচন তৈয়াৰ কৰি আছে
स्थापित करा