पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বেয়া কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বেয়া কৰা   ক্ৰিয়া

अर्थ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা

उदाहरणे : তেওঁ ্সদায় আনৰ নিন্দা কৰে

समानार्थी : আঙুলি উঠোৱা, ঠাট্টা কৰা, থু থু কৰা, নিন্দা কৰা

अर्थ : নীতি পথৰ পৰা ভ্রষ্ট কৰা কার্য

उदाहरणे : তেওঁ ্মোৰ লʼৰাটো বেয়া কৰিলে

अर्थ : বেয়া দশা বা অৱস্থালৈ অনা কার্য

उदाहरणे : ৰঞ্জনে মোৰ ঘড়ীটো বেয়া কৰিলে

अर्थ : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়

उदाहरणे : দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে

समानार्थी : নষ্ট কৰা

चौपाल