अर्थ : অসভ্য ৰূপত
उदाहरणे :
শ্যামে বেয়াকৈ কʼলে যে তুমি ইয়াৰ পৰা গুচি যোৱা
समानार्थी : অশিষ্টভাৱে, অসভ্যতঃ, অসভ্যভাৱে, শিষ্টাচাৰহীনভাৱে
अर्थ : বেয়া ধৰণে
उदाहरणे :
মানুহে তেওঁক ্বেয়াকৈ পিটিলে
अर्थ : বেয়া ধৰণে
उदाहरणे :
আমাৰ খেলুৱৈসকলে বেয়াকৈ খেলাৰ বাবে আমি খেলখনত হাৰিলো