अर्थ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
उदाहरणे :
বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
समानार्थी : লেতেৰা
अर्थ : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে
उदाहरणे :
তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে
समानार्थी : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা
अर्थ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
उदाहरणे :
ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
समानार्थी : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা