अर्थ : বেলাৰুচৰ নিবাসী
उदाहरणे :
সেই বেলাৰুচিয়ানজনে নিজৰ দেশৰ বিষয়ে বহুখিনি কৈছিল
समानार्थी : বেলাৰুচ-বাসী, বেলাৰুচবাসী
अर्थ : বেলাৰুচৰ লোকসকলৰ ভাষা
उदाहरणे :
বেলাৰুচত বেলাৰুচিয়ানৰ বাহিৰেও ৰাছিয়ানো কয়
समानार्थी : বেলাৰুচিয়ান ভাষা
अर्थ : বেলাৰুচৰ বা বেলাৰুচ সম্বন্ধী
उदाहरणे :
তেওঁ ্বেলাৰুচিয়ান সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছে
अर्थ : বেলাৰুচিয়ান ভাষাৰ বা বেলাৰুচিয়ান ভাষা সম্বন্ধী
उदाहरणे :
লিখকসকলৰ মাজত সেই বেলাৰুচিয়ান লিখনিটোৰ বহুত চর্চা হৈছিল