अर्थ : কাঠ, লোহা আদিৰে সজা দীঘলীয়া চাৰিখুটীয়া আসন
उदाहरणे :
এই বেঞ্চখনত চাৰিজন মানুহ বহিব পাৰে
अर्थ : এজনতকৈ অধিক ব্যক্তি বহিব পৰা কাঠেৰে তৈয়াৰী নাতি-দীৰ্ঘ আসন
उदाहरणे :
আলহী বৈঠকখানাত বেঞ্চিত বহি আছে
समानार्थी : বেঞ্চি