सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
उदाहरणे : মোৰ ধনৰ মোনাটো চুৰি হʼল
समानार्थी : জোলোঙা, মোনা
अर्थ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
उदाहरणे : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
समानार्थी : কোব, সোঁত
अर्थ : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
उदाहरणे : ককাই ৰচীদবোৰ মোনাত ৰাখে
समानार्थी : মোনা
अर्थ : তীব্র হোৱা অৱস্থা
उदाहरणे : বতাহ বহুত বেগেৰে বৈ আছে
समानार्थी : তীব্রতা
अर्थ : বৈ যোৱা কার্য ্বা ভাব
उदाहरणे : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
समानार्थी : ধাৰা, প্রবাহ, সোঁত
अर्थ : মোনাৰ বস্তু
उदाहरणे : তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়েই মোনাটোৰ ভিতৰৰ বস্তুবোৰ খেলিমেলি কৰি পেলালে
समानार्थी : বস্তা, মোনা
अर्थ : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
उदाहरणे : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
समानार्थी : গতি, তীব্রতা
स्थापित करा