सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভতৰা গৰু
उदाहरणे : এটা কʼলা ষাঁড়ে মোহনক খেদি গʼল
समानार्थी : বৃষভ, ষণ্ড, ষাঁড়, ষাঁৰ, ষাৰ
अर्थ : দ্বাদশ ৰাশিৰ মাজৰ দ্বিতীয় ৰাশি, যʼত এশ একচল্লিশটা তৰা থকাৰ উপৰিও কৃত্তিকাৰ অন্তিম তিনি পাদ, সম্পূর্ণ ্ৰোহিণী আৰু মৃগশিৰাৰ প্রথম দুটা পাদ আছে
उदाहरणे : বৃষ ৰাশিৰ চিহ্ন ্ষাঁড় গৰু
समानार्थी : বৃষ ৰাশি, বৃষৰাশি
स्थापित करा