सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি বেছি বয়সীয়া
उदाहरणे : বুঢ়া মানুহক ইয়াত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা হয়
समानार्थी : বুঢ়া, বুঢ়া মানুহ, বৃদ্ধ, বয়সীয়া মানুহ, বয়োবৃদ্ধ
अर्थ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি পঞ্চাছ-ষাঠি বছৰ অতিক্রম কৰিছে
उदाहरणे : তেওঁ নিজৰ বুঢ়ী মাকৰ সেৱাত ব্রতী হৈছে
समानार्थी : বর্ষীয়ান, বুঢ়া, বৃদ্ধ, বৃদ্ধলোক, বয়সীয়া, বয়সীয়াল, বয়স্ক, বয়স্থ, বয়োবৃদ্ধ
स्थापित करा