अर्थ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
उदाहरणे :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
समानार्थी : কোৱা
अर्थ : কোনো কথা আদি জানি লোৱা
उदाहरणे :
বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
अर्थ : বোধ বা জ্ঞান উদয় হোৱা
उदाहरणे :
শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
अर्थ : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
उदाहरणे :
তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে