पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বীজ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বীজ   বিশেষ্য

अर्थ : ফুলযুক্ত উদ্ভিদ বা শস্যৰ দানা বিশেষ অথবা বৃক্ষৰ ফলৰ সেইবোৰ গুটি যʼৰ পৰা ঠিক একেধৰণৰ নতুন উদ্ভিদ, শস্য বা বৃক্ষ উৎপন্ন হয়

उदाहरणे : খেতিয়কে পথাৰত ঘেঁহুৰ বীজ সিঁচি আছে

अर्थ : যি কোনো কাম আদিৰ বাবে প্রেৰণা দিয়ে বা কোনো কাৰণবশতঃ উৎপন্ন হোৱা ভাৱ

उदाहरणे : মনোহৰৰ ব্যৱহাৰে শীলাৰ মনত ঘৃণাৰ বীজ ৰোপন কৰিলে

चौपाल