सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : স্ত্রী আৰু পুৰুষৰ মাজত পতি-পত্নীৰ সম্বন্ধ স্থাপিত হোৱা এক সামাজিক বা ধার্মিক কৃত্য বা প্রক্রিয়া
उदाहरणे : সোহনৰ বিয়া ৰাধাৰ লগত হʼল
समानार्थी : ছাদি, নিকাহ, পাত্রস্থ কৰা-, পৰিণয়, বিবাহ, বিয়া, শুভপৰিণয়, শুভবিবাহ
स्थापित करा