अर्थ : বিৰোধ কৰোতা ব্যক্তি
उदाहरणे :
বিৰোধীসকলক নিজৰ দলৰ সৈতে চামিল কৰি লোৱাই ভাল হʼব
समानार्थी : বিৰোধক
अर्थ : যি বিৰোধত আছে
उदाहरणे :
এইবাৰৰ নি্র্বাচনত তেওঁ বিৰোধী দলৰ সৈতে হাত মিলাইছে
अर्थ : বিৰোধ কৰোতা
उदाहरणे :
বিৰোধী নেতাসকলৰ মুখ কেনেকৈ বন্ধ কৰা যায় ?