अर्थ : প্রিয় ব্যক্তিৰ সৈতে মিলন নোহোৱা কার্য বা ভাব
उदाहरणे :
সুৰদাসকৃত ৰাধাৰ বিৰহৰ ্বর্ণ্্না অতি মর্মান্তিক
अर्थ : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
उदाहरणे :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
समानार्थी : বিয়োগ
अर्थ : বেলেগ বা পৃথক হোৱা কার্য, ্অৱস্থা বা ভাব
उदाहरणे :
বিবাহৰ পিছতহে তেওঁ বিৰহৰ দুখ সহিব লগা হʼল
समानार्थी : বিচ্ছেদ