पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিস্তৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিস্তৰ   বিশেষণ

अर्थ : বহুত বেছি

उदाहरणे : মহাজন মুৰাৰীলালৰ হাতত প্রচুৰ ধন আছে তেওঁ ্তোমাক বহুত অত্যধিক ভাল পায়

समानार्थी : অত্যধিক, প্রচুৰ, বিপুল

अर्थ : যি পৰিমাণত বেছি

उदाहरणे : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

समानार्थी : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

चौपाल