पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিস্তৃত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিস্তৃত   বিশেষণ

अर्थ : যিটো ঠেক বা সৰু নহয়

उदाहरणे : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়

समानार्थी : আহল-বহল

अर्थ : যিটো নিজৰ ঠাইত বা তাৰ চাৰিওফালে দূৰ-দূৰণিলৈকে সিঁচৰতি হৈ আছে

उदाहरणे : জনমানসত তুলসী দাসে ৰচনা কৰা ৰামচৰিত মানসৰ ব্যাপক প্রভাৱ আছে

समानार्थी : বহুল, ব্যাপক

अर्थ : যʼত বহুত বিস্তাৰ আছে বা বিস্তাৰযুক্ত

उदाहरणे : এই কবিতাৰ পংক্তিকেইটাৰ বহল ব্যাখ্যা কৰক

समानार्थी : বহল, বিশদ

अर्थ : যাক সতর্ক্্তা আৰু সূক্ষ্ম বিৱৰণৰ সৈতে বিকশিত কৰা হʼল

उदाहरणे : আমি এখন বিস্তৃত যোজনা তৈয়াৰ কৰিছো

समानार्थी : বিশদ

चौपाल