पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিস্তাৰ কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিস্তাৰ কৰা   ক্ৰিয়া

अर्थ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া

उदाहरणे : তেওঁ বিচনাত চাদৰখন মেলি দিলে

समानार्थी : পাৰি দিয়া, মেলা, মেলি দিয়া

अर्थ : কোনো বস্তুৰ প্রসাৰিতকৰণ

उदाहरणे : তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে

समानार्थी : বহলকৈ মেলা, মেলা, মেলি দিয়া

अर्थ : পৰিণাম বা বিস্তাৰত অধিক কৰা বা বিস্তাৰিত কৰা

उदाहरणे : বৌদ্ধসকলে বৌদ্ধধর্মক ্কেইবাখনো দেশত প্রসাৰিত কৰিলে

समानार्थी : প্রসাৰিত কৰা, বিস্তৃত কৰা, বিয়পোৱা

चौपाल