अर्थ : অভিলাষ পূর্ণ ্নোহোৱা কাৰণে মনত পোৱা দুখ
उदाहरणे :
চাকৰী নোপোৱাৰ বাবে তেওঁৰ মন বিষাদেৰে ভৰি পৰিল
अर्थ : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট
उदाहरणे :
ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে
समानार्थी : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, দুখ, পীড়া, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ