सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যʼত কোনো ময়লা বা কলুষতা নাই
उदाहरणे : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল
समानार्थी : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, পৰিষ্কাৰ, বিমল, শুদ্ধ, স্বচ্ছ
अर्थ : যিটো পৰিশোধিত কৰা হৈছে বা যি পৰিশুদ্ধ
उदाहरणे : এইটো খাঁটি সোণৰ বিস্কুট
समानार्थी : আচল, খাঁটি
अर्थ : যিটো মিশ্রিত নহয়
उदाहरणे : সোণ এবিধ অমিশ্রিত ধাতু
समानार्थी : অমিশ্র, অমিশ্রিত
स्थापित करा