अर्थ : থালী বা পাতত আহাৰ দিয়া কার্য
उदाहरणे :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
समानार्थी : পৰিৱেশন কৰা, বঢ়া
अर्थ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
उदाहरणे :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
समानार्थी : পৰিৱেশন কৰা