अर्थ : এক হাজাৰ নিযুত বা শত কোটি
उदाहरणे :
ভাৰত চৰকাৰে প্রতি বছৰে পৰিকল্পনা শিতানত বহু বিলিয়ন টকা বিনিয়োগ কৰে
समानार्थी : শতকোটি, ১০০০০০০০০০০
अर्थ : এক মিলিয়ন মিলিয়ন
उदाहरणे :
কোম্পানীৰ বিলিয়ন ডলাৰৰ ধাৰ আছে
समानार्थी : 1000000000000, দহ হাজাৰ কোটি