सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চলি থকা বা হৈ থকা কাম কিছু সময়ৰ বাবে ৰখাই দিয়া কার্য
उदाहरणे : অসময়ত অহা বৰষুণজাকৰ বাবে কার্যসূচীৰ পলম হোৱাটো স্বাভাৱিক
समानार्थी : পলম
अर्थ : নিয়ত বা সাধাৰণতকৈ বেছি সময়
उदाहरणे : মোৰ ইয়ালৈ অহাত দেৰি হʼলেও চিন্তা কৰিব নালাগে
समानार्थी : আলম-বিলম, গহৰি, দেৰি, পলম
स्थापित करा