अर्थ : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব
उदाहरणे :
ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে
समानार्थी : ভাগ-বাটোৱাৰা
अर्थ : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য
उदाहरणे :
আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব
समानार्थी : হৰণ অংক