पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিনিময় शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিনিময়   বিশেষ্য

अर्थ : যি প্রক্রিয়াৰ দ্বাৰা ভিন ভিন দেশৰ মূদ্রাৰ আপেক্ষিক মূল্য স্থিৰ কৰা হয় আৰু সেই অনুসৰি পাৰস্পৰিক লেন-দেন কৰা হয়

उदाहरणे : বিনিময়ৰ বাবেই টকাৰ মূল্য প্রতিদিনে কমি বা বাঢ়ি থাকে

अर्थ : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া

उदाहरणे : বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন

समानार्थी : অদল-বদল, অদলী-বদলী, আদান-প্রদান, ৰদ-বদল

अर्थ : এটা বস্তু লৈ তাৰ সলনি আন বস্তু দিয়া ক্রিয়া

उदाहरणे : বস্তু বিনিময়ৰ ক্ষেত্রত ্ তেওঁ ঠগ ্ খালে

समानार्थी : বস্তু বিনিময়

अर्थ : ভিন-ভিন পক্ষ বা দেশৰ লেনদেন বিনিময় পত্রৰ অনুসৰি হোৱা এক প্রক্রিয়া

उदाहरणे : ভাৰতৰ ভালেমান দেশৰ লগত বিনিময় আছে

चौपाल