सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দেশৰ কাৰণে নতুন বিধান প্রণয়ন কৰা বা পুৰণি বিধানৰ সংশোধন ঘটোৱা পৰিষদ বিশেষ
उदाहरणे : ৰামৰ দেউতাক বিধান-পৰিষদৰ এজন সদস্য
समानार्थी : বিধান-পৰিষদ
अर्थ : গণতান্ত্রিক শাসনত জনপ্রতিনিধিৰ যি সভাই দেশৰ বাবে আইন কানুন তৈয়াৰ কৰে
उदाहरणे : বিধানসভাত পুৰণি নীতি-নিয়মত সংশোধন, পৰিব্্র্তন আদিও হয়
समानार्थी : বিধান-সভা, বিধানসভা
स्थापित करा