सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ
उदाहरणे : জনক এজন বৰ জ্ঞানী ৰজা আছিল
समानार्थी : জনক, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক
अर्थ : যাৰ শৰীৰ নাই
उदाहरणे : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়
समानार्थी : অকায়, অতনু, অশৰীৰ, অশৰীৰী, অৱয়ববিহীন, অৱয়বহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহী, শৰীৰবিহীন, শৰীৰহীন
स्थापित करा