सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বিদেশৰ নিবাসী
उदाहरणे : আমি আমাৰ দেশলৈ অহা বিদেশীসকলৰ সন্মান কৰা উচিত
अर्थ : অন্য দেশৰ সৈতে সম্পর্ক ্থকা বা অন্য দেশৰ
उदाहरणे : এই বজাৰখনত প্রায়েই বিদেশী বস্তু পোৱা যায়
समानार्थी : পৰদেশী, বিলাতী
अर्थ : যিজনে অন্য দেশত বসতি কৰি আছে
उदाहरणे : প্রতিদিনে ভাৰতলৈ ভালেমান বিদেশী পর্যটকৰ আগমন ঘটে
स्थापित करा