सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনে বিজয় লাভ কৰিছে
उदाहरणे : জনসাধাৰণে বিজয়ীজনক নিজৰ কান্ধৰ ওপৰত উঠাই লʼলে
समानार्थी : অভিজিত, বিজেতা
अर्थ : যি জিকিব পাৰে বা জিকাৰ যোগ্য
उदाहरणे : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
समानार्थी : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজেতা, সফল
अर्थ : পৰাজিত কৰোতা
उदाहरणे : বিজেতা ৰজাই পৰাজিত ৰজাক বন্দী কৰিছিল
स्थापित करा