पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিজুলী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিজুলী   বিশেষ্য

अर्थ : ডাৱৰৰ সঘন অহা-যোৱা কৰাৰ ফলত সঞ্চাৰিত হোৱা বিদ্যুৎশক্তিৰ ফলত আকাশত অলপ সময়ৰ কাৰণে দেখা দিয়া পোহৰ

उदाहरणे : আকাশত ৰৈ ৰৈ বিজুলী চমকিছিল

अर्थ : কোনো বিশেষ কামৰ জৰিয়তে উৎপন্ন কৰিব পৰা এক শক্তি যাৰ দ্বাৰা বস্তুৰ মাজত আকর্ষণ আৰু বি্কর্ষণ ্তথা তাপ আৰু পোহৰ উৎপন্ন কৰে

उदाहरणे : পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি

समानार्थी : বিদ্যুত, বিদ্যুৎ

चौपाल