अर्थ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
उदाहरणे :
মোৰ কিবা খাবৰ মন গৈছে
समानार्थी : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা
अर्थ : কোনো কথা বা কামত কৰা ইচ্ছা
उदाहरणे :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
समानार्थी : আশা কৰা
अर्थ : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
उदाहरणे :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
समानार्थी : অনুসন্ধান কৰা, অন্বেষণ কৰা