पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বাৰ   বিশেষ্য

अर्थ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

उदाहरणे : সোমবাৰ সপ্তাহৰ প্রথম দিন

समानार्थी : অহ্ন, দিন, দিৱস, বাসৰ

अर्थ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

उदाहरणे : এতিয়া ৰামৰ পাল

समानार्थी : নম্বৰ, পাল

अर्थ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

उदाहरणे : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

समानार्थी : অহ, অহ্ন, দিন, দিনা, দিবা, দিৱস, বাসৰ, ৰোজ

अर्थ : মদ কিনিলৈ খোৱা ঠাই

उदाहरणे : শ্যামাৰ গিৰিয়েকে সদায় মদিৰালয়ত মদ খাবলৈ যায়

समानार्थी : চেৰাপ ভাটি, তাড়িখানা, ভাটিখানা, মদিৰাগৃহ, মদিৰালয়, সুৰালয়

अर्थ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ

उदाहरणे : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে

समानार्थी : দফা

अर्थ : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি

उदाहरणे : এই ছবিখনৰ ফ্রেম লগাই দিয়ক

समानार्थी : ফ্রেম, বৃতি

अर्थ : দহ আৰু দুই যোগ কৰিলে পোৱা সংখ্যা

उदाहरणे : ছয় আৰু ছয় মিলি বাৰ হয়

समानार्थी : দ্বাদশ, ১২

अर्थ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম

उदाहरणे : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম

समानार्थी : কিস্তি, খেপ, দফা

বাৰ   বিশেষণ

अर्थ : দহ আৰি দুই

उदाहरणे : নাৱত বাৰজন লোক উঠি আছিল

समानार्थी : দ্বাদশ, ১২

चौपाल