पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বাহাদুৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বাহাদুৰ   বিশেষ্য

अर्थ : বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন

उदाहरणे : সোহৰাব আৰু ৰুস্তম দুয়োজন বীৰে পৰস্পৰ যুঁজ ্লাগিল

समानार्थी : জোৰৱান, বলৱান, বীৰ, বীৰ পুৰুষ

বাহাদুৰ   বিশেষণ

अर्थ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে

उदाहरणे : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে

समानार्थी : পৰাক্রমী, বলৱান, বীৰ, সাহসী, সুৰ

अर्थ : যাৰ সাহস আছে বা সাহস ৰাখোতা

उदाहरणे : সাহসী লোকে নিজৰ সাহসেৰে ডাঙৰ কাম কৰি দেখুৱায়

समानार्थी : সাহসী

चौपाल