सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : খেৰ-কুটা আদিৰে সজা চৰাইৰ ঘৰ
उदाहरणे : ঘৰচিৰিকাৰ বাহত দুটা পোৱালিয়ে চিঁ-চিয়াই আছে
समानार्थी : নীড়
अर्थ : যি ঠাইত চৰায়ে ৰাতিটো পাৰ কৰে
उदाहरणे : এই আঁহত গছজোপাই এই ঠাইৰ চৰাইবোৰৰ বাহ
अर्थ : পাটৰ পলুৰ ঘৰ সোমাই থকা ঘৰ
उदाहरणे : পাটৰ পলু বাহত ডাঙৰ হয়
समानार्थी : লেটা
स्थापित करा