सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নদী বা জলাশয়ৰ পানী ৰুধিবৰ কাৰণে তাৰ পাৰত শিল,মাটি আদিৰে বনোৱা এক ব্যৱস্থা
उदाहरणे : নদীত বান্ধ সাজি বিজুলী উৎপাদন কৰা হয়
समानार्थी : বান, মথাউৰি
अर्थ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
उदाहरणे : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
समानार्थी : গাঁথি, গ্রন্থি, ডোৰ, বন্ধন, বান্ধোন
स्थापित करा