पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বাধা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বাধা   বিশেষ্য

अर्थ : কোনো কাম কৰাৰ সময়ত হোৱা বাধা

उदाहरणे : এই কামটোত বিঘিনি নঘটিবৰ কাৰণে মই ভগৱানক প্রার্থন্া কৰিছো

समानार्थी : বাধা-বিঘিনি, বিঘিনি, বিঘ্ন, বিপত্তি

अर्थ : কোনো কামত বা কথাত মানা কৰা

उदाहरणे : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

समानार्थी : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

अर्थ : কাৰোবাক বাধা দিয়া বা হেঁ্চা প্রয়োগ কৰাৰ কাৰণে কৰা কোনো কাম

उदाहरणे : লʼৰা-ছোৱালীক কিছু পৰিমাণে নিয়ন্ত্রণ কৰাটো জৰুৰী

समानार्थी : অংকুশ, নিয়ন্ত্রণ

अर्थ : বাধাপ্রাপ্ত হোৱা অৱস্থা, ভাব বা ক্রিয়া

उदाहरणे : পানীৰ নলীত বাধা পৰা কাৰণে পানী কম কমকৈ ওলাইছে

समानार्थी : অন্তৰায়, প্রতিবন্ধ, প্রতিবন্ধক

अर्थ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

उदाहरणे : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

समानार्थी : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ

अर्थ : বাধা দিয়া বা ৰখোৱা কার্য

उदाहरणे : সীমাৰ ভিতৰত শত্রুৰ প্রবেশ বন্ধ কৰাত সৈনিক সফল হৈছে

समानार्थी : বন্ধ কৰা-

বাধা   বিশেষণ

अर्थ : যাক নিষেধ কৰা হৈছে

उदाहरणे : এই বিলত ্সাঁতোৰাত বাধা আছে

समानार्थी : নিষিদ্ধ, নিষেধিত, বর্জিত, মানা

चौपाल