सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বাধা উৎপন্ন কৰা ব্যক্তি
उदाहरणे : বাধকৰ কাৰণে মই ভালেকেইটা কাম কৰিব পৰা নাই
अर्थ : অৱৰোধ সৃষ্টি কৰোঁতা বা বাধা প্রদান কৰোঁতা
उदाहरणे : শিক্ষাহীনতা দেশৰ বিকাশত এক অৱৰোধক
समानार्थी : অৱৰোধক, অৱৰোধকাৰী, প্রতিবন্ধকাৰী, বাট-ভেটোঁতা, বাধন্তা, বাধাদানকাৰী, বাধাপ্রদানকাৰী, বাধোঁতা, বিঘটনকাৰী
स्थापित करा