अर्थ : কোনো কথাত লগা বাদানুবাদ
उदाहरणे :
আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল
समानार्थी : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিবাদ
अर्थ : অনাহকত কৰা তর্ক ্বা বিবাদ
उदाहरणे :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
समानार्थी : বাক-বিতণ্ডা, বিতণ্ডা