सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা
उदाहरणे : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে
समानार्थी : আবহাওৱা, প্রতিবেশ, পৰিমণ্ডল, পৰিস্থিতি, পৰিৱেশ, ্পর্য্যাবৰণ
अर्थ : চৌদিশৰ পৰা পৃথিৱীক আৱৰি ৰখা বায়ু বিশেষ
उदाहरणे : আমি বাতাবৰণ দূষিত হোৱাৰ পৰা ৰক্ষা কৰা উচিত
समानार्थी : বাতাৱৰণ, বায়ুমণ্ডল
स्थापित करा