सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চাহ বাকি খাবলৈ ধাতু, মাটি আদিৰে সজা এবিধ সৰু বাচন
उदाहरणे : কাপটো হাতৰ পৰা পৰি ভাগিল
समानार्थी : কাপ, চষক, পান-পাত্র, পিয়লা
अर्थ : তলৰফালে ঘোটোং মূৰীয়া এবিধ ঘূৰণীয়া আকাৰৰ পাত্র
उदाहरणे : তেওঁ ্বাটিত গাজি বুট ৰাখিছে
अर्थ : সৰু পাত্র
उदाहरणे : মেকুৰীজনীয়ে বাটিত গাখীৰ খাই আছে
स्थापित करा