सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভালদৰে বুজিলৈ কোনো কথা কোৱা কার্য
उदाहरणे : আৱিষ্কাৰকৰ ব্যাখ্যা শুনি সকলো সন্তুষ্ট হʼল
समानार्थी : প্রতিপাদন, ব্যাখ্যা
अर्थ : কিবা কোৱা কার্য
उदाहरणे : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
समानार्थी : কথন, কথা, বচন, বাক
अर्थ : যিটো কোৱাৰ যোগ্য
उदाहरणे : আপুনি এই কথাটোক লৈ কিয় ইমান মচগুল হৈছে, এইটো কথনীয় নহয়
समानार्थी : উচ্চাৰণীয়, কʼবলগীয়া, কথনীয়, কথ্য, কহতব্য, কহনীয়, বচনীয়
अर्थ : নিৰোপণ কৰাৰ যোগ্য বা বুজোৱাৰ যোগ্য
उदाहरणे : এই কবিতাটোৰ প্রতিপাদ্য বিষয় কি?
समानार्थी : অভিধেয়, প্রতিপাদ্য
स्थापित करा