सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ফল, বীজ আদিৰ আৱৰণ
उदाहरणे : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
समानार्थी : ছাল, ত্বক, বল্কল, বাকল
अर्थ : কোনো বস্তু আদিৰ পৰা এৰুৱাই দিয়া ছাল বিশেষ
उदाहरणे : তেওঁ ্গাইজনীক লাওৰ বাকলি খুৱাই আছে
अर्थ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
उदाहरणे : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
समानार्थी : গছৰ ছাল, গছৰ বাকলি, ছাল, নিকৰ, বল্ক, বল্কল, বৃক্ষত্বক
स्थापित करा